কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো|নাৰিকলৰ কেক,多达mাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম |
বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে | এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে | নাৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে |乙িস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie বিস্কুট লৈছো, কম মিঠা খাও বাবে |
খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া ৰেচিপিলৈ আহো |
不容易াৰিকলৰ কেক|不烤易冷冻椰子蛋糕
📎课程: 甜点
-美食: 欧陆
-准备时间: 15 分钟
♨Freezing Time : 3小时
-总: 3-4小时15 minutes
配料:
-总: 3-4小时15 minutes
配料:
- এফাল নাৰিকল ৰুকি লোৱা (নাৰিকলটো অলপ কুমলীয়া হলে বেছি ভাল)
- 1/2 aাপ চেনি
- 1aাপ ডাঠ ক্ৰীম
- 下午1点েকেট সৰু মেৰী বিস্কুট
- 4-5楼ামুচ বাটাৰ
方法:
- মেৰী বিস্কুট খিনি গ্ৰাইন্ডাৰত মিহিকৈ গুৰি কৰি লব|
- এটিয়া তাত বাটৰ মিহলাই পূণৰ গ্ৰাইন্ডাৰত পিচি লব|
- এটিয়া এখন বেকিং ট্ৰে বা অন্য পাত্ৰত বিস্কুটৰ গুৰি খিনি এখন চামুচৰ সহায়েৰে পাত্ৰটোৰ তলত চাৰিওফালে হেচি হেচি সমান কৰি এটা বেচ বনাই লব| এই বেচটো কঠিন হবলৈ 10 মিনিট ফ্ৰীজত থৈ দিব |
- 这个bিনি সময়ত ৰুকী লোৱা নাৰিকল খিনি গ্ৰাইন্ডাৰত মাৰি একেবাৰে মিহি পেষ্ট ধৰনৰ বনাই লব | প্ৰয়াজন হলে অলপমান পানী ব্যৱহাৰ কৰিব পাৰে | নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰিলে বেছি ভাল|
- চেনি খিনিও গ্ৰাইন্ডাৰত মিহিকৈ পিচি লব|
- এটিয়া এটা পাত্ৰত নাৰিকলৰ পেষ্ট, চেনি আৰু ডাঠ ক্ৰীম খিন ভালদৰে মিহলাই লব|
- এটিয়া পাত্ৰটো ফ্ৰীজৰ পৰা উলিয়াই আনি বিস্কুটৰ বেচৰ ওপৰত নাৰিকলৰ পেষ্টৰ মিস্কাৰ খিনি সাবধানে বাকী দিব|চামুচৰ সহায়ত চাৰিওফাল সমান কৰি দিব|
- এটিয়া পাত্ৰটো 3-4 ঘণ্টাব বাবে দীপ ফ্ৰীজাৰত থৈ দিব|
- তিনি ঘণ্টাৰ পিছত দেখিব যে কেক টান হৈ পৰিছে |
- এটিয়া আকৌ 15-30 মিনিট এনেয়ে ফ্ৰীজত থৈ দিব কেকটো কোমল হৈ পৰিব|
- তাৰ পিছতে নাৰিকলৰ কেক পৰিবেশন কৰিব পাৰিব| কটাৰীৰে কাটি পৰিবেশন কৰিব|
য়দি ৰেচিপিটো ভাল লাগিল, আগলৈয়ো এনেকুৱা ৰেচিপি পাই থাকিবলৈ আপোনাৰ ইমেইল টো টাইপ কৰি চাৱচক্ৰাইব কৰিব নাপাহৰিব|
非常好
回复删除