跳到主要内容

不容易াৰিকলৰ কেক|不烤易冷冻椰子蛋糕

খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো|নাৰিকলৰ কেক,多达mাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম |

খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে | এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে | নাৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে |乙িস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie  বিস্কুট লৈছো, কম মিঠা খাও বাবে |

খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

 খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া  ৰেচিপিলৈ আহো |

不容易াৰিকলৰ কেক|不烤易冷冻椰子蛋糕 


📎课程: 甜点 
-美食: 欧陆 
-准备时间: 15 分钟
♨Freezing Time : 3小时
-总: 3-4小时15 minutes

配料:

  • এফাল নাৰিকল ৰুকি লোৱা (নাৰিকলটো অলপ কুমলীয়া হলে বেছি ভাল)
  • 1/2 aাপ চেনি 
  • 1aাপ ডাঠ ক্ৰীম
  • 下午1点েকেট সৰু মেৰী বিস্কুট
  • 4-5楼ামুচ বাটাৰ
খাবলৈ সঁচাই বৰ সোৱাদযুক্ত  নাৰিকলৰ কেক বনাবলৈ অতি সহজ| এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো এই কেক আমি বনাব পাৰো |

方法:

  1. মেৰী বিস্কুট খিনি গ্ৰাইন্ডাৰত মিহিকৈ গুৰি কৰি লব| 
  2. এটিয়া তাত বাটৰ মিহলাই পূণৰ গ্ৰাইন্ডাৰত পিচি লব|
  3. এটিয়া এখন বেকিং ট্ৰে বা অন্য পাত্ৰত বিস্কুটৰ গুৰি খিনি এখন চামুচৰ সহায়েৰে পাত্ৰটোৰ তলত চাৰিওফালে হেচি হেচি সমান কৰি এটা বেচ বনাই লব| এই বেচটো কঠিন হবলৈ 10 মিনিট ফ্ৰীজত থৈ দিব | 
  4. 这个bিনি সময়ত ৰুকী লোৱা নাৰিকল খিনি গ্ৰাইন্ডাৰত মাৰি একেবাৰে মিহি পেষ্ট ধৰনৰ বনাই লব | প্ৰয়াজন হলে অলপমান পানী ব্যৱহাৰ কৰিব পাৰে | নাৰিকলৰ গাখীৰ ব্যৱহাৰ কৰিলে বেছি ভাল|
  5. চেনি খিনিও গ্ৰাইন্ডাৰত মিহিকৈ পিচি লব|
  6. এটিয়া এটা পাত্ৰত নাৰিকলৰ পেষ্ট, চেনি আৰু ডাঠ ক্ৰীম খিন ভালদৰে মিহলাই লব| 
  7. এটিয়া পাত্ৰটো ফ্ৰীজৰ পৰা উলিয়াই আনি বিস্কুটৰ বেচৰ ওপৰত নাৰিকলৰ পেষ্টৰ মিস্কাৰ খিনি সাবধানে বাকী দিব|চামুচৰ সহায়ত চাৰিওফাল সমান কৰি দিব| 
  8. এটিয়া পাত্ৰটো 3-4 ঘণ্টাব বাবে দীপ ফ্ৰীজাৰত থৈ দিব|
  9. তিনি ঘণ্টাৰ পিছত দেখিব যে কেক টান হৈ পৰিছে |
  10. এটিয়া আকৌ 15-30 মিনিট এনেয়ে ফ্ৰীজত থৈ দিব  কেকটো কোমল হৈ পৰিব|
  11. তাৰ পিছতে নাৰিকলৰ কেক পৰিবেশন কৰিব পাৰিব| কটাৰীৰে কাটি পৰিবেশন কৰিব|
য়দি ৰেচিপিটো ভাল লাগিল, আগলৈয়ো এনেকুৱা ৰেচিপি পাই থাকিবলৈ আপোনাৰ ইমেইল টো টাইপ কৰি চাৱচক্ৰাইব কৰিব নাপাহৰিব| 
输入你的电子邮箱地址:


由某人交付 FeedBurner

评论

发表评论

该博客的热门帖子

在阿萨姆邦发现的水果清单及其英文名称

阿萨姆菜中使用的蔬菜清单及其英文名称。

30阿萨姆语Pitika网上购彩平台

SalemMango:纯水牛酥油和纯牛酥油评论

阿萨姆风格马蒂马哈尔号船坞|木瓜和姜叶黑克

芥末猪肉(莱沙克)

4种美味的阿萨姆猪肉网上购彩平台

绿番茄泡菜

鱼:阿萨姆邦的真正爱

15个食物测验问题(测试您对阿萨姆菜的了解)