跳到主要内容

帖子

显示带有标签的帖子 কেকৰ ৰেচিপি

বিস্কুটৰ কেক|阿萨姆语饼干蛋糕网上购彩平台

这个的েচিপিটো ইংৰাজীতো উপলব্ধ (ক্লিক কৰিব) বিস্কুটৰ কেক এটি অতি সহজ কেকৰ ৰেচিপি| নতুনকৈ কেক বনাবলৈ শিকা সকলৰ বাবে ই এটা সহজ ৰেচিপি| এই কেক বনাবলৈ যি কোনো বিস্কুট লব পাৰে| সকলোতকৈ ভাল কথাটো হৈছে এই কেক ৰৈ যোৱা বিস্কুটৰ গুৰিৰ পৰাও বনাব পাৰি| আমাৰ সকলোৰে বিস্কুট থোৱা টেমাটোৰ তলত বিস্কুটৰ ভঙা টুকুৰাৰ লগতে গুৰি বহুতো ৰৈ যায়, নহয়নে ? মই সেই গুৰিৰে এই কেক বনালো| আপোনালোকেও বনাব পাৰে| ৰেচিপি অতি সহজ| তলত ৰেচিপি দিলো - বিস্কুটৰ কেক|阿萨姆语饼干蛋糕网上购彩平台  -课程:  甜点  📎Cuisine :  Continental -准备时间:  15 minutes ♨Cooking Time : 35分钟-总计: 50分钟成分:1个াপ বিস্কুটৰ গুৰি বা টুকুৰা  1/2 কাপ ময়দা 2 টা কণী 1/2 কাপ গুৰি চেনি 1/2 কাপ নিমখীয়া নোহোৱা বাটাৰ বা ৰিফাইন তেল 1 টেবুল চামুচ ক'ক পাউদাৰ 1 টেবুল চামুচ বেকিং পাউদাৰ METHOD: বিস্কুটৰ টুকুৰাবোৰ ভালদৰে গ্ৰাইণ্ডাৰত মিহিকৈ পিচি লব| ডাঙৰ বাতি এটাত কণী ফেটি লব| বাটাৰ বা ৰিফাইন তেল দি ভালদৰে মিহলাই লব| এটিয়া বিস্কুটৰ গুৰি, ময়দা, বেকিং পাউদাৰ, চেনি আৰু ক

不容易াৰিকলৰ কেক|不烤易冷冻椰子蛋糕

কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো| নাৰিকলৰ কেক , য'ত মাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম | বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে |这是েকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে |没有。াৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে |乙িস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie  বিস্কুট লৈছো, কম মিঠা খাও বাবে |  খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া  ৰেচিপিলৈ আহো | 不容易াৰিকলৰ কেক|不烤易冷冻椰子蛋糕  📎 Course :  甜点  📎Cuisine :  Continental  🔪Preparati