这个的েচিপিটো ইংৰাজীতো উপলব্ধ (ক্লিক কৰিব) বিস্কুটৰ কেক এটি অতি সহজ কেকৰ ৰেচিপি| নতুনকৈ কেক বনাবলৈ শিকা সকলৰ বাবে ই এটা সহজ ৰেচিপি| এই কেক বনাবলৈ যি কোনো বিস্কুট লব পাৰে| সকলোতকৈ ভাল কথাটো হৈছে এই কেক ৰৈ যোৱা বিস্কুটৰ গুৰিৰ পৰাও বনাব পাৰি| আমাৰ সকলোৰে বিস্কুট থোৱা টেমাটোৰ তলত বিস্কুটৰ ভঙা টুকুৰাৰ লগতে গুৰি বহুতো ৰৈ যায়, নহয়নে ? মই সেই গুৰিৰে এই কেক বনালো| আপোনালোকেও বনাব পাৰে| ৰেচিপি অতি সহজ| তলত ৰেচিপি দিলো - বিস্কুটৰ কেক|阿萨姆语饼干蛋糕网上购彩平台 -课程: 甜点 📎Cuisine : Continental -准备时间: 15 minutes ♨Cooking Time : 35分钟-总计: 50分钟成分:1个াপ বিস্কুটৰ গুৰি বা টুকুৰা 1/2 কাপ ময়দা 2 টা কণী 1/2 কাপ গুৰি চেনি 1/2 কাপ নিমখীয়া নোহোৱা বাটাৰ বা ৰিফাইন তেল 1 টেবুল চামুচ ক'ক পাউদাৰ 1 টেবুল চামুচ বেকিং পাউদাৰ METHOD: বিস্কুটৰ টুকুৰাবোৰ ভালদৰে গ্ৰাইণ্ডাৰত মিহিকৈ পিচি লব| ডাঙৰ বাতি এটাত কণী ফেটি লব| বাটাৰ বা ৰিফাইন তেল দি ভালদৰে মিহলাই লব| এটিয়া বিস্কুটৰ গুৰি, ময়দা, বেকিং পাউদাৰ, চেনি আৰু ক