তলাবন্ধ সময়ছোৱাতে দেখা গল যে খাদ্য বিষয়ৰ ইউটিউব চেনেলৰ সংখ্যা বহুত বাঢ়িব ধৰিছে, যিটো সচাঁই বৰ ভাল কথা | ইউটিউব এটি বিনামূলীয়া ভিডিঅ ভাগবতৰা কৰা মঞ্চ যৰ পৰা অৰ্থও উপাৰ্জন কৰিব পাৰি | কিন্তু অৰ্থ উপাৰ্জন কৰিবলৈ ইউটিউব চেনেলটো গুগল এডচেঞ্চৰ লগত জঢ়িত কৰাতো প্ৰয়োজন| ইউটিউব চেনেলত গুগল এডচেঞ্চৰ দ্বাৰা বিজ্ঞাপনৰ যোগেদি অৰ্থ উপাৰ্জন কৰিবলৈ অতিকমেও এহেজাৰ চাবচক্ৰাইবাৰ আৰু চাৰিহাজাৰ ঘণ্টাৰ ভিউ(view)ৰ প্ৰয়োজন| এই চিৰিজটোৰ আগৰ পষ্ট কেইটাৰ জৰিয়তে অসমৰ কেইটিমান খাদ্য ইউটিউব চেনেলৰ লগত চিনাকী কৰি দিছিলো | আজিৰ এই পষ্টৰ জৰিয়তে আৰু চাৰিটা তেনে ইউটিউব চেনেলৰ লগত চিনাকী হওঁ আহক| *আগৰ পষ্ট বোৰ পঢ়িব বিছাৰিলে তলৰ লিংক কেইটা ক্লিক কৰি版本:您应该遵循从阿萨姆邦烹饪youtube频道:第4部分,您应该遵循阿萨姆邦烹饪的youtube频道:您应该遵循第3部分:来自阿萨姆邦的烹饪youtube频道,您应该遵循:第1部分1. Ranjana's Kitchen : (ৰঞ্জনাচ্ কিটচেন) ৰঞ্জনাচ্ কিটচেন ইউটিউব চেনেলৰ জন্মদাত্ৰীৰ নাম ৰঞ্জনা ন